সদ্যঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰবেশ পৰীক্ষাত (নীট-ই-জি)নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দুগৰাকী ছাত্ৰৰ সাফল্যত অঞ্চলটোত আনন্দৰ বন্যা বৈছে৷অঞ্চলটোৰ বিলপাৰ নাৰিকুছি গাৱঁৰ মোজামিল হক আৰু মিনোৱাৰা বেগমৰ পুত্ৰ ৰাহুল আমিন আৰু চিলিং কহাৰটোলাৰ কালিচৰণ হালৈ আৰু লতিকা হালৈৰ পুত্ৰ অৰ্নব হালৈ৷সোমবাৰে উক্ত দুই গৰাকী কৃতি শিক্ষাৰ্থীক অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি আৰু বিজেপি সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলা সমিতিৰ প্ৰতিনিধি দলে দুয়োজনকে পৃথকে পৃথকে নিজ গৃহত গৈ সম্বৰ্ধনা জনাই৷ইয়াৰোপৰি দুয়োগৰাকী শিক্ষাৰ্থীক অঞ্চলটোৰ দল সংগঠনে শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱাৰ লগতে একাংশ জ্যেষ্ঠ লোকে হিয়া উজাৰি আশিৰ্বাদ দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जन जन का उत्सव बने बूंदी महोत्सव-2024 - जिला कलक्टर* *जिले में 18 से 20 नवंबर तक होगा ‘बूंदी महोत्सव’ का आयोजन
जिले में आगामी 18 से 20 नवंबर को आयोजित होने वाले बूंदी महोत्सव-2024 के आयोजन को लेकर जिला पर्यटन...
હારીજ : એસ ટી ડ્રાઈવરને માનસિક ત્રાસ | SatyaNirbhay News Channel
હારીજ : એસ ટી ડ્રાઈવરને માનસિક ત્રાસ | SatyaNirbhay News Channel
C56 (PSLV-C56) with 6 co-passenger satellites will be launched on July 30: ISRO
C56 (PSLV-C56) with 6 co - passenger satellite will be launched from Satish Dhawan Space Center...