লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাটস্থিত লখিমপুৰ পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ ১১ মাহৰ দৰমহাৰ ধন মুকলি কৰি দিয়ক,চাকৰি নিয়মীয়াকৰণ কৰক,আমাৰ জীৱনৰ মূল্য দিয়ক,আমাক জীয়াই থাকিবলৈ দিয়ক আদি শ্ল'গানেৰে মহাবিদ্য়ালয়খনৰ পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে অসমৰ ১১ খন নৱনিৰ্মিত পলিটেকনিক আৰু ২ খন ইঞ্জিনিয়াৰিং কলেজৰ মুঠ ৩৪৮ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিগত ১১ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে। তাৰোপৰি প্ৰতিবাদকাৰী সকলৰ মতে নিশা-দিন একাকাৰ কৰি কলেজৰ কামত নিয়োজিত হৈ আছে যদিও এইসকল কৰ্মচাৰীয়ে নূন্যতম যি দৰমহা লাভ কৰে সেই দৰমহাই পৰিয়াল পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। যেতিয়ালৈকে ৰাজ্য চৰকাৰে দাবী সমূহ মানি নলয় তেতিয়ালৈকে কৰ্ম বিৰতি পালন কৰি যাব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગૌપ્રેમીઓ દ્વારા રસ્તા ઉપર રખડતી નિરાધાર ગૌમાતા અને નંદીઓને ગળામાં રેડિયમ પટ્ટા લગાવવામાં આવ્યા
ગૌપ્રેમીઓ દ્વારા રસ્તા ઉપર રખડતી નિરાધાર ગૌમાતા અને નંદીઓને ગળામાં રેડિયમ પટ્ટા લગાવવામાં આવ્યા
আনন্দৰাম বৰুৱা বঁটা লাভ কৰা শিক্ষাৰ্থীসকললৈ গুৰুত্বপূৰ্ণ আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ
মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক বা তাতোকৈ অধিক নম্বৰেৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সন্দৰ্ভত আজি...
Upcoming Bikes in India: ये 4 नई मोटरसाइकिलें जल्द होंगी लॉन्च, Himalayan 450 से लेकर Aprilia RS 457 लिस्ट में शामिल
Royal Enfield Himalayan 450 को वैश्विक रूप से 7 नवंबर को पेश किया जाएगा। इसे 452 सीसी क्षमता वाला...
সোনাৰি হাতীপুখুৰীত সৰ্পদংশনত এগৰাকী মহিলা আহত ।
সোনাৰি হাতীপুখুৰীত সৰ্পদংশনত এগৰাকী মহিলা আহত ।
Assembly Elections 2023: Madhya Pradesh और Chhattisgarh में EVM में बंद हुई प्रत्याशियों की किस्मत
Assembly Elections 2023: Madhya Pradesh और Chhattisgarh में EVM में बंद हुई प्रत्याशियों की किस्मत