প্ৰতি মাহৰ শেষৰটো দেওবাৰে আকাশবাণী যোগে সম্প্ৰচাৰিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান "মন-কী-বাত" কাৰ্যসূচী আজিও সম্প্ৰচাৰিত হয়। আজি মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা গ্ৰাম্য মণ্ডলৰ ৩৬ নং খাৰঘৰীয়া দেওধাই বুথত এই উদ্দেশ্যে অনুষ্ঠিত মন কি বাত অনুষ্ঠানত দলীয় কৰ্মীসকলৰ সৈতে অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। এই অনুষ্ঠানটিত আগবঢ়োৱা মাৰ্গদৰ্শনে ৰাইজৰ হকে অধিক দায়বদ্ধতা আৰু দৃঢ়তাৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰে বুলি মন্তব্য কৰিছে সাংসদ তপন কুমাৰ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'G20 शिखर सम्मेलन में भाग लेने के लिए ऋषि सुनक उत्सुक', ब्रिटेन के उच्चायुक्त ने भारत की तारीफ में पढ़े कसीदे
नई दिल्ली, जी 20 शिखर सम्मेलन (G20 Summit) का आयोजन 9 और 10 दिसंबर को नई दिल्ली में...
Pimples को कैसे रोके (How to Prevent Pimples) | 2023 | ClearSkin, Pune | (In HINDI)
Pimples को कैसे रोके (How to Prevent Pimples) | 2023 | ClearSkin, Pune | (In HINDI)
ડીસા બનાસ નદી માં ડુબેલા બે લોકોની લાશ મળી
ડીસા બનાસ નદી માં ડુબેલા બે લોકોની લાશ મળી
लाड़ली बहना योजना का फार्म भरवाने नही ले गया पति, तो पत्नी ने कर ली आत्महत्या।
भोपाल के कोलार थाना क्षेत्र में रहने वाली एक नवविवाहिता ने फांसी लगाकर आत्महत्या कर ली। मायके...