প্ৰতি মাহৰ শেষৰটো দেওবাৰে আকাশবাণী যোগে সম্প্ৰচাৰিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান "মন-কী-বাত" কাৰ্যসূচী আজিও সম্প্ৰচাৰিত হয়। আজি মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা গ্ৰাম্য মণ্ডলৰ ৩৬ নং খাৰঘৰীয়া দেওধাই বুথত এই উদ্দেশ্যে অনুষ্ঠিত মন কি বাত অনুষ্ঠানত দলীয় কৰ্মীসকলৰ সৈতে অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। এই অনুষ্ঠানটিত আগবঢ়োৱা মাৰ্গদৰ্শনে ৰাইজৰ হকে অধিক দায়বদ্ধতা আৰু দৃঢ়তাৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰে বুলি মন্তব্য কৰিছে সাংসদ তপন কুমাৰ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઘારી ચલાલા હાઇવે પર અકસ્માત માતા પુત્રી ને ઇજા પહોચતા સારવાર મા ખસેડવામા આવ્યા
ઘારી ચલાલા હાઇવે પર અકસ્માત માતા પુત્રી ને ઇજા પહોચતા સારવાર મા ખસેડવામા આવ્યા
श्री राधा दामोदर मंदिर पर पहुंचा जगन्नाथ रथ यात्रा प्राचार संकीर्तन रथ, श्री राधा दामोदर महिला मंडल समिति ने पुष्य वर्षा कर श्री जगन्नाथ , श्री बलभद्र, बहन सुभद्रा का माल्यार्पण कर स्वागत किया
राधा दामोदर मंदिर पर पहुंचा जगन्नाथ रथ यात्रा प्राचार संकीर्तन रथ, श्री राधा दामोदर महिला...
ડીસા શહેર ટ્રાફીક પોલીસે વિદ્યાર્થીઓને ટ્રાફિકના નિયમો તથા દંડ અંગે જાણકારી આપી માહીતગાર કરાયા
ડીસા શહેર ટ્રાફીક પોલીસે વિદ્યાર્થીઓને ટ્રાફિકના નિયમો તથા દંડ અંગે જાણકારી આપી માહીતગાર કરાયા
गर्मी की छुट्टियां बढ़ाई गई उत्तर प्रदेश में
उत्तर प्रदेश लखनऊ में,गर्मी की छुट्टियां बढ़ाई गईं उत्तर प्रदेश में।मालूम होकि उत्तर प्रदेश लखनऊ...
সোণাৰিত ড্ৰাগছ সহ এজনক আটক
সোণাৰিত ড্ৰাগছ সহ এজনক আটক
সোণাৰিত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী আটক। সোণাৰি বৰুৱা আলিত আটক কৰিলে...