তেজপুৰ টামছ হাস্পাতালত এগৰাকী ৰীনা সূত নামৰ টুমুুকীৰ ৬৫ বছৰীয়া মহিলা গৰাকীক শ্বাস-প্ৰশ্বাসজনিত কাৰণত ভৰ্তি কৰাইছিল সোমবাৰে৷ মহিলা গৰাকীক চিকিৎসাৰ বাবে আই চি ইউ ত চিকিৎসা প্রদান কৰি থকা অৱস্থাত ৰোগীৰ মৃত্যু হোৱাৰ পিছতো চিকিৎসালয় কর্তৃপক্ষই চিকিৎসাৰ বাবে পৰিয়ালৰ লোকৰ পৰা ঔষধ ক্রয় কৰোৱাই আছিল আৰু পৰিয়ালৰ কোনো লোকক ৰোগীৰ লগত সাক্ষাৎকাৰ কৰিব দিয়া নাছিল বুলি অভিযোগ উত্থাপিত কৰে । আনহাতে আজি পুৱাৰ ভাগত ১১ বজাত তেজপুৰ মেডিকেল কলেজ হাস্পাতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিব লাগিব বুলি জনায় কিন্তু ৰোগীৰ আত্মীয়ক দেখা কৰিব দিয়া নাছিল। অভিযোগ অনুসৰি অতিৰিক্ত ধন জমা নকৰা বাবে ৰোগীৰ মৃত্যুৰ পিছতো বাহিৰলৈ উলিয়াই দিয়া নাই আৰু জনোৱা নাই । পৰিয়ালৰ মতে ৰোগীৰ গৰাকীৰ যোৱাকালি মৃত্যু হয়। আৰু মৃত্যুৰ পিছত ও চিকিৎসাৰ বাবে ঔষধ ক্রয় কৰোৱাই আছিল । সেইহে মৃত মহিলা গৰাকীৰ পৰিয়ালে সৃষ্টি কৰে হুলস্থূলীয়া পৰিৱেশৰ৷ অবশেষত ঘটনাস্থলীত আৰক্ষীৰ দল আৰু CRPF বাহিনী উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়৷ উল্লেখযোগ্য যে তেজপুৰ চহৰৰ এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ মৈমতালিৰ বাবে সাধাৰণ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Karnataka Chunav के लिए BJP अध्यक्ष JP Nadda ने जारी किया घोषणा पत्र
BJP अध्यक्ष जेपी नड्डा ने कहा कि संकल्प पत्र की चर्चा के साथ ही मैं इसके महत्व की भी चर्चा करता...
BOUNCE Inc Launches its Indoor Action-Adventure Park in Bengaluru*
*BOUNCE Inc Launches its Indoor Action-Adventure Park in Bengaluru*
To Invest Rs 100...
गली में तेज रफ्तार में पावर बाइक चलने से टोकने पर बदमाशों ने व्यक्ति पर चाकू से किया प्राणघातक हमला
कोटा। शहर में बाइक सवार बदमाशों का आतंक हमने का नाम नहीं ले रहा है । गुरुवर तेरे शाम को आरके पुरम...