ঘিলামৰাত এক আকৰ্ষণীয় চলন্ত ট্ৰফী আৰু পাইজমানি ফুটবল খেল অনুষ্ঠিত হৈ যায়।

ঘিলামৰা চাইনৰাইজ ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হয় ফুটবল খেল।

৯,১০,১১ছেপ্টেম্বৰত ঘিলামৰা নগৰ হাইস্কুল খেলপথাৰত স্বৰ্গীয় লক্ষী দিহিঙীয়া সোঁৱৰণী চলন্ত ট্ৰফী আৰু প্ৰাইজমানি দিবা নৈশ চেভেন এ চাইড ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা খেল খনত ঢকুৱাখনা, ঘিলামৰা, মাছখোৱা, ধেমাজি ,লাক্ষীমপুৰ জিলাৰ লগতে বিভিন্ন ঠাইৰ খেলুৱৈৰ দল সমূহে অংশগ্ৰহণ কৰে।

ধেমাজি মইনা পৰা FC আৰু গোগামুখ ৰেলুৱে বালিয়নী মাজত হোৱা ফাইনেল খেলখনত গোগামুখ মইনাপৰা  FC দলে  ধেমাজি ৰেলুৱে ইষ্টেচন দলক পৰাস্ত কৰে।

উক্ত ফাইনেল খেল খনত উদ্বোধন কৰিবলৈ সোৱণশিৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকা উপস্থিত থাকে, লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পদ্মলোচন দলেৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

খেল খন উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শক ভিৰ হোৱা পৰিলক্ষিত হয়।।