নাৰায়ণপুৰ থানাৰ সন্মুখৰ পৰা কিনাপথাৰ সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক। কেইবাখনো গাঁও সংযোগী পথটোত বৃহৎ বৃহৎ গাত সৃষ্টি হোৱাত যাত্রাৰ ক্ষেত্রত ব্যাপক অসুবিধা সৃষ্টি হৈছে পথচাৰীৰ। এজাক বৰষুণতেই পুখুৰী সদৃশ পৰিবেশৰ সৃষ্টি হয় পথটোত। সেইহে পথটোৱে অহা যোৱা কৰা পথচাৰীসকলে পথটো শ্ৰীঘ্ৰে মেৰামতি কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Anantnag Drone Attack On Terrorist: Drone से Indian Army ने किया आतंकी पर जबरदस्त वार | Aaj Tak News
Anantnag Drone Attack On Terrorist: Drone से Indian Army ने किया आतंकी पर जबरदस्त वार | Aaj Tak News
‘नाकाम हो चुके नेताओं का हौसला बुलंद’, CWC की बैठक से पहले लोकेश शर्मा ने दी ये सलाह
राजस्थान के पूर्व मुख्यमंत्री अशोक गहलोत (Ashok Gehlot) के ओएसडी रहे लोकेश शर्मा ने कांग्रेस...
पूर्व सीएम एनटी रामाराव की बेटी उमा माहेश्वरी फांसी लगाई, पुलिस केस दर्ज किया
हैदराबाद में एक सनसनीखेज और हाइप्रोफाइल वारदात सामने आई है। समाचार एजेंसी एएनआइ की रिपोर्ट के...
শিৱসাগৰ জিলাৰ ঐতিহ্য মণ্ডিত জয়সাগৰৰ তলাতল ঘৰৰ প্ৰাঙ্গনত আটাছু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসম দিৱস উপলক্ষে বন্তি প্ৰজ্বলন।
সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত অসম দিৱস উপলক্ষে শিৱসাগৰ জিলাৰ মহকুমা সমিতিিৰ...
માળીયા હાટીના તાલુકા ના ભડુંરી ગામની સીમમાં 30 વર્ષ ના અજાણ્યા પુરુષ ની લાશ મળી
જૂનાગઢ જિલ્લા ના માળીયા હાટીના તાલુકા ના ભડુંરી ગામ ની સીમમાં એક અંદાજીત 30 વર્ષ ના અજાણ્યા પુરુષ...