নাৰায়ণপুৰ থানাৰ সন্মুখৰ পৰা কিনাপথাৰ সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক। কেইবাখনো গাঁও সংযোগী পথটোত বৃহৎ বৃহৎ গাত সৃষ্টি হোৱাত যাত্রাৰ ক্ষেত্রত ব্যাপক অসুবিধা সৃষ্টি হৈছে পথচাৰীৰ। এজাক বৰষুণতেই পুখুৰী সদৃশ পৰিবেশৰ সৃষ্টি হয় পথটোত। সেইহে পথটোৱে অহা যোৱা কৰা পথচাৰীসকলে পথটো শ্ৰীঘ্ৰে মেৰামতি কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তামিলনাডুৰ এটা মন্দিৰত অসমৰ জয়মালা নামৰ হাতীজনীক নিৰ্মম অত্যাচাৰ কৰা দৃশ্য দেখি শোকত ভাগি পৰিছে হাতীজনীৰ গৃহস্থ ।
তামিলনাডুৰ এটা মন্দিৰত অসমৰ জয়মালা নামৰ হাতীজনীক নিৰ্মম অত্যাচাৰ কৰা দৃশ্য দেখি শোকত ভাগি পৰিছে...
राजस्थान में इनकी पेंशन कभी नहीं बंद होगी, भजनलाल सरकार ने बनाया प्लान
आपातकाल के दौरान आंतरिक सुरक्षा व्यवस्था अधिनियम (मीसा) के तहत जेल में बंद किए गए बंदियों को...
Blue নহয় "BULU " ফিল্ম আহি আছে 9 ছেপ্টেম্বৰত....
Blue নহয় "BULU " ফিল্ম আহি আছে 9 ছেপ্টেম্বৰত....
Vadodara family tiring efforts for years to popularise Mallakhamb
Vadodara family tiring efforts for years to popularise Mallakhamb ...