অসম তৃণমূল কংগ্ৰেছ আৰু অসম তৃণমূল যুৱ কংগ্ৰেছৰ এটি প্ৰতিনিধি দলে আজি বিধানসভাৰ চৌহদত থকা বাসগৃহত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক সাক্ষাৎ কৰি তেখেতৰ পিতৃ শ্ৰীশ্ৰী ৰূপনাৰায়ণ খামুচিয়া সত্ৰৰ সত্ৰাধিকাৰ তথা কৃতী শিক্ষকৰ পুৰস্কাৰপ্ৰাপ্ত দেৱকান্ত মহন্তদেৱৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁলোকে লগতে প্ৰয়াত মহন্তদেৱৰ বিদেহী আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आमदार रोडला सुरू होणाऱ्या दारू दुकानाला कडाडून विरोध परवानगी न देण्याची सर्वांची एकमुखी मागणी
औरंगाबाद ( आप्पासाहेब गोरे) औरंगाबाद शहरालगत वसलेल्या सातारा परिसराचा विकास...
চিনাতলীত অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । গোলাঘাট জিলাৰ খুমটাই বিধান পৰিষদৰ...
रात को चैन की नींद सोने के लिए ऑन करें फोन का Bedtime Mode, काम की जरूरी कॉल पर ही मिलेगा अलर्ट
फोन में बेडटाइम मोड के साथ आप बिना डिस्टर्बेंस के चैन की नींद ले सकते हैं। दरअसल डिजिटल समय में...
બોટાદ દીપચંદી આશ્રમખાતે સર્વજ્ઞાતિય સમૂહલગ્નોત્સવનું આયોજન કરવામાં આવ્યું, નવદંપતીઓએ પ્રભુતામાં....
બોટાદ દીપચંદી આશ્રમખાતે સર્વજ્ઞાતિય સમૂહલગ્નોત્સવનું આયોજન કરવામાં આવ્યું, નવદંપતીઓએ પ્રભુતામાં....
બાપુને શ્રદ્ધાંજલિ આપવા રાજઘાટ પહોંચ્યા કેજરીવાલ, કહ્યું- AAP સરકારને તોડવા માટે BJP 800 કરોડ ખર્ચવાની તૈયારી કરી રહી છે
દિલ્હીના મુખ્યમંત્રી અરવિંદ કેજરીવાલે ભાજપ પર મોટો આરોપ લગાવતા દાવો કર્યો છે કે ભાજપે આમ આદમી...