নাজিৰা মহাবিদ্যালয়ৰ ছোৱালী তথা ছাত্ৰীবাসৰ নান্দনিক দৃশ্য

এয়াই হৈছে ছাত্ৰীবাসৰ নান্দনিক দৃশ্য এখন মহাবিদ্যালয়ৰ । শিৱসাগৰৰ নাজিৰাত অৱস্থিত ৰাজ্যৰ এখন আগশাৰী মহাবিদ্যালয়ৰ ভিতৰত নাজিৰা মহাবিদ্যালয়ৰো আছে এক সুকীয়া পৰিচয় । কিন্তু চাওক, এইয়া কি ! নাজিৰা মহাবিদ্যালয়ৰ ছোৱালী তথা ছাত্ৰীবাসৰ নান্দনিক দৃশ্য । হয়টো, আপোনাকো অলপ সময়ৰ বাবে আবেগিক কৰি তুলিব পাৰে এই অনুৰূপ দৃশই ।