শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা আৰু বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীৰ যুটীয়া উদ্যোগত আয়োজিত বিষ্ণু ৰাভা দিৱসৰ স্হগিত ৰখা কাৰ্যসূচী আজি কলাই গাঁৱৰ প্ৰগতিশীল জনমঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।