সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।

আহোম জনগোষ্ঠীক অপমান কৰাৰ বিৰুদ্ধে উত্তাল সোণাৰি।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে দাহ কৰিলে বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ প্ৰতিমূৰ্তি।

সোণাৰিৰ শিৱ মন্দিৰ তিনি আলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী।