দৰঙৰ ধুলাত ভাতৃৰ ৰডৰ আক্ৰমণত প্ৰাণ গ'ল নিজ ভাতৃৰ 

# দৰঙৰ ধূলা থানাৰ অন্তৰ্গত যোগীপাৰা গাঁৱত সংঘটিত হয় এই নিৰ্মম ও লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা 

# পিতৃ সম্পত্তিৰ বিবাদৰ ভয়ংকৰ পৰিণতি

# নিষ্ঠুৰ ভাতৃ কালাম আলী , আবু শ্যামা ,আব্দুল ছালামৰ ৰডৰ আক্ৰমণত প্ৰাণ গ'ল ভাতৃ ফৰজ আলীৰ  

# ঘটনা সংক্ৰান্তত পত্নী সছিৰন নেছাই পিতৃ তালেব আলী সহ চাৰিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ধুলা আৰক্ষী থানাত 

# ঘটনাত জঢ়িত পিতৃ সহ দুই ভাতৃক গ্ৰেপ্তাৰ , জেললৈ প্ৰেৰণ