মৰাণ::::মৰাণ ৰাজহ চক্ৰ ৱিষযাৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ নগৰত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু আদি প্ৰতিৰোধ কৰিবলৈ আজিৰ পৰা ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ঔষধ ছটিয়াবলৈ আৰম্ভ কৰে। বিভাগটোৱে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সহযোগত সমগ্ৰ চহৰখনত ঔষধ ছটিয়াব বুলি জানিব দিয়ে । মহৰ দ্বাৰা বিয়পা এই ভয়ানক ৰোগবোৰ প্ৰতিহত কৰিবলৈ এই ঔষধবোৰ ছটিয়াই দিয়া হৈছে। নলা আদিত মহৰ উৎপাদন বেছি সেয়েহে নলা আদিত ঔষধ ছটিয়াই দিয়া হ'ব। এতিয়ালৈকে কেন্দ্ৰটোৰ অন্তৰ্গত এজনো জাপানী এনকেফেলাইটিছ ৰোগী পোৱা হোৱা নাই কিন্তু বিভাগটোৱে ইতিমধ্যে ইয়াক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰি আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આણંદ સાંસદ સાથે સંસદિય કાર્ય પ્રણાલી સંદર્ભે વિદ્યાર્થીઓનો પરસ્પર વાર્તાલાપ
લોકપ્રિય સાંસદશ્રી મિતેષભાઈ પટેલ સાથે સંસદિય કાર્ય પ્રણાલી સંદર્ભે વિધાર્થીઓનો પરસ્પર વાર્તાલાપ...
সোণাৰি ৰজাঢাপ সন্মিলিত সংঘৰ কাৰ্যালয় গৃহ উদ্বোধন
সোণাৰি ৰজাঢাপ সন্মিলিত সংঘৰ কাৰ্যালয় গৃহ উদ্বোধন
वक्फ भूमि पर दावों से प्रभावित कर्नाटक के किसानों को बुलाएं JPC अध्यक्ष : BJP नेता तेजस्वी सूर्या
भारतीय जनता पार्टी के सांसद तेजस्वी सूर्या ने बुधवार को वक्फ संशोधन विधेयक पर संयुक्त संसदीय...
कन्फ्यूजन खत्म! फ्लाईओवर लेना है या नहीं, सब बताएगा Google Map का नया फीचर
गूगल मैप्स पर पहले फ्लाईओवर को लेकर बहुत कन्फ्यूजन होता था लेकिन अब गूगल ने इस परेशानी को खत्म कर...
Stock Fall Big Alert | Block Deal है संभव, Stock को कैसे करें Approach? | Mankind Pharma Share Price
Stock Fall Big Alert | Block Deal है संभव, Stock को कैसे करें Approach? | Mankind Pharma Share Price