লাহৰীঘাটৰ নগাবন্ধা নতুন প্ৰাথমিক চিকিৎসালয় পৰিচালনা সমিতিৰ সাধাৰণ সভা সম্পন্ন।লাহৰীঘাট সমষ্টিৰ বিধায়ক তথা চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডা: আছিফ মহম্মদ নাজাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চিকিৎসা সেৱা আৰু চিকিৎসালয় খনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं