আজি দৰং জিলাৰ আহলে ছুন্নত ৱাল জামাআ’তৰ প্ৰাণকেন্দ্ৰ নগৰবাহী কৰিমীয়া দাৰুল উলুম মাদ্ৰাছাত অসমৰ কেইবাখনো জিলাৰ আগশাৰীৰ মৌলানা, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মীৰ উপস্থিতিত অসম ছুন্নী মাদ্ৰাছা ইডুকেশ্বন ব’ৰ্ড নামেৰে অসম ভিত্তিত এখনি শিক্ষাবৰ্ড গঠন কৰা হয়৷ ইছলামিক শিক্ষাৰ লগতে সাধাৰণ বিষয়সমূহক অন্তৰ্ভুক্ত কৰি শিক্ষা প্ৰদান কৰিবলৈ এই বৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰি গঠন কৰা সমিতিখনৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰে মৌলানা মঞ্জুৰ আহমদ মিশ্ববাহীক৷ ফাইজুৰ ৰহমান চহৰীয়াক সচিবপ্ৰধান হিচাপে দায়িত্ব দি গঠন কৰা ৫১ জনীয়া সমিতিখনত বিশিষ্ট সমাজকৰ্মী আৰু শিক্ষাবিদসকলক বিষয়বাব দিয়া হয়৷ সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত ফাইজুৰ ৰহমান চহৰীয়াই এইদৰে কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
समाजवादी पार्टी के प्रवक्ता ने केंद्र सरकार पर बोला तीखा हमला
जनपद आजमगढ़ में,समाजवादी पार्टी के प्रवक्ता ने केंद्र सरकार पर बोला तीखा हमला। मालूम हो कि...
ઢાઢર નદીમા એક 35 વર્ષના યુવાનને મગર ખેંચી જતા તેનુ કરુણ મોત નિપજ્યુ
ઢાઢર નદીમા એક 35 વર્ષના યુવાનને મગર ખેંચી જતા તેનુ કરુણ મોત નિપજ્યુ
Adhir Ranjan ने PM Modi की तुलना Nirav Modi से की, सत्ता पक्ष ने बयान पर जताई आपत्ति !
Adhir Ranjan ने PM Modi की तुलना Nirav Modi से की, सत्ता पक्ष ने बयान पर जताई आपत्ति !
ঢকুৱাখনা আৰক্ষীৰ বাইক সমদল
স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত ঢকুৱাখনা সদৰ থানা এলেকাৰ গ্ৰাম্য অঞ্চলত শান্তি শৃংখলা অব্যাহত ৰাখি...
एशियन पैरा गेम्स के खिलाड़ियों से मिले PM Modi, देखें खबरें और भी
एशियन पैरा गेम्स के खिलाड़ियों से मिले PM Modi, देखें खबरें और भी