আজি দৰং জিলাৰ আহলে ছুন্নত ৱাল জামাআ’তৰ প্ৰাণকেন্দ্ৰ নগৰবাহী কৰিমীয়া দাৰুল উলুম মাদ্ৰাছাত অসমৰ কেইবাখনো জিলাৰ আগশাৰীৰ মৌলানা, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মীৰ উপস্থিতিত অসম ছুন্নী মাদ্ৰাছা ইডুকেশ্বন ব’ৰ্ড নামেৰে অসম ভিত্তিত এখনি শিক্ষাবৰ্ড গঠন কৰা হয়৷ ইছলামিক শিক্ষাৰ লগতে সাধাৰণ বিষয়সমূহক অন্তৰ্ভুক্ত কৰি শিক্ষা প্ৰদান কৰিবলৈ এই বৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰি গঠন কৰা সমিতিখনৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰে মৌলানা মঞ্জুৰ আহমদ মিশ্ববাহীক৷ ফাইজুৰ ৰহমান চহৰীয়াক সচিবপ্ৰধান হিচাপে দায়িত্ব দি গঠন কৰা ৫১ জনীয়া সমিতিখনত বিশিষ্ট সমাজকৰ্মী আৰু শিক্ষাবিদসকলক বিষয়বাব দিয়া হয়৷ সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত ফাইজুৰ ৰহমান চহৰীয়াই এইদৰে কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कार्यकर्ताओं के सामने बेनीवाल ने घर का दरवाजा बंद किया:पत्नी की हार के बाद बोले- फिर भी पिछले चुनाव से 15 हजार वोट ज्यादा
नागौर विधानसभा उपचुनाव में पत्नी कनिका बेनीवाल की हार के बाद हनुमान बेनीवाल ने भाजपा सरकार पर...
Gurmeet Chadha’s Multibagger Stock Picks | महंगे Valuation के चलते भी Midcap पर बढ़ा दवाब | Business
Gurmeet Chadha’s Multibagger Stock Picks | महंगे Valuation के चलते भी Midcap पर बढ़ा दवाब |...
દિયોદર ડિવિઝન વિસ્તારમાં 10 જેટલા કેસો કરી કાયદેસર ની કાર્યવાહી શરૂ કરી..
દિયોદર ડિવિઝન વિસ્તારમાં 10 જેટલા કેસો કરી કાયદેસર ની કાર્યવાહી શરૂ કરી..