২৯ বছৰে প্ৰাদেশিকৰণ নহল বিহপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত গড়মুৰ জনজাতি হাইস্কুল। ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ কৰিবলৈ অসমৰ মূখ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনালে লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ অধীনৰ গড়মুৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। কোনো চৰকাৰী সা-সুবিধা নোপোৱা বিনা বেতনে শিক্ষৰ্কতা কৰা শিক্ষক সকল মানসিক বাবে ভাগি পৰিছে। অতি পিছপৰা অঞ্চলটোত ৮০ শতাংশ চাহ জনজাতি ছাত্ৰ ছাত্ৰীৰ ওপৰি অনুসুচিত জনজাতি আৰু সংখ্যা লঘু সম্প্ৰদায়ৰ। শিক্ষা গুৰু সকলে বিদ্যালয়ত পাঠ দান কৰা ওপৰি পৰিয়াল পোহ পাল দিয়া,সন্তান সকলক পঢ়োৱাবলৈ দিন হাজিৰা কৰিব লগীয়া হৈছে । সেয়ে শিক্ষা গুৰু সকলৰ দূখ ছাত্ৰ-ছাত্ৰী সকলে সহিব নোৱাৰি মূখ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে বিদ্যালয় খন প্ৰাদেশীকৰণ কৰি শিক্ষক সকলক সকাহ দিবলৈ। উল্লেখ যোগ্য যে প্ৰতিষ্ঠা কালৰে পৰা শিক্ষা দান কৰা কেইবাজনো শিক্ষকৰ ষাঠি বছৰ দেওনাপাৰ হওঁ হওঁ হৈছে। ২০০ ৰোধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকা বিদ্যালয় খনত বিগত বৰ্ষবোৰত মেট্ৰিক পৰীক্ষাত ১০০ শতাংশ ,৮০ শতাংশ ৭০ শতাংশ দৰে ভাল ৰিজাল কৰিবলৈ সক্ষম হৈছে। সেয়েহে শিক্ষক সকল আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সচেতন ৰাইজে প্ৰাদেশীকৰণ কৰিবৰ বাবে অসমৰ মাননীয় দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અરવિંદ કેજરીવાલે અન્ય રાજ્યના મુખ્યમંત્રીઓને લઇને જાણો શું કહ્યું
અરવિંદ કેજરીવાલે અન્ય રાજ્યના મુખ્યમંત્રીઓને લઇને જાણો શું કહ્યું
iOS 17.2: नए अपडेट के साथ iPhone में मिलेंगे कई शानदार फीचर्स, इन यूजर्स को होगा फायदा
एपल बीते कुछ समय से काफी चर्चा में रही है। एक महीने पहले कंपनी ने अपनी लेटेस्ट आईफोन 15 सीरीज को...
Loksabha Election 2024: BJP पर Bhagwant Maan का तंज, कहा- कौन जानता है कि अगले साल... | Aaj Tak
Loksabha Election 2024: BJP पर Bhagwant Maan का तंज, कहा- कौन जानता है कि अगले साल... | Aaj Tak
বঙাইগাঁও বালা গুদামত স্কুলৰ মাটি বিক্ৰীৰ অভিযোগৰ সন্ধেহ ৰাইজৰ
কুৰবান আলী আহমেদ মানিকপুৰ ১৫ ছেপ্তেম্বৰঃ--বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত...