অসমৰ এজন প্ৰতিভাবান শিল্পী হিতেশ্বৰ হাজৰিকা মঘাই উজা, শিল্পী বঁটা আৰু জীৱনজোৰা সাধনা বঁটাকে ধৰি মুঠ ১৩৬ খন বঁটা প্ৰাপক এই শিল্পী জন যোৱা ১১ দিন ধৰি চিকিৎসাধিন হৈ আছে শ্বহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।  

সৰুপথাৰ সমষ্টি অন্তৰ্গত দৈগ্ৰংৰ বাসিন্দা হিতেশ্বৰ হাজৰীকা জটিল যকৃৎ ৰোগত আক্ৰান্ত হৈ পৰাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী অথবা অন্য চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। কিন্তু আৰ্থিক অনাটনৰ সন্মুখীন হৈ থকা শিল্পী জন