মাজুলীত সামাজিক নাটক 'দখলে' মুহিলে অগনন দ ৰ্শকক

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

ৰতনপুৰ লাহন শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষ : দিনত দিহানাম : নিশা 'দখল'

--------------------------------------------—-—-------

 - ১৯৭২ চনতে উজনী মাজুলীৰ ৰতনপুৰ লাহনত কলা সংস্কৃতি চৰ্চাৰ উদ্দেশ্যে প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত কৃষ্টি সংঘ নামেৰে ৰংগমঞ্চ প্ৰতিষ্ঠা হয় । নানা প্ৰাকৃতিক দূৰ্যোগ পাৰ কৰি এই বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া অনুষ্ঠানটোৱে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সোণালী জয়ন্তি বৰ্ষ উদযাপন কৰিছে। এই উপলক্ষে দেওবাৰে দিনত ৩০ টা মহিলা দলৰ মাজত দিহা নামৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত নিশা স্থানীয় অভিনেতা-অভিনেত্ৰীয়ে মঞ্চস্থ কৰা সামাজিক নাটক 'দখলে' উপস্থিত অগনন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷