এতিয়া পবিত্ৰ ভাদ মাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল হৰিনামৰ ধ্বনি। নাৰায়ণপুৰৰ খেৰাজখাতত দেশৰ পৰা অসূয়া-অমংগল দূৰীকৰণৰ বাবে ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰিলে বৰ সবাহ। অঞ্চলটোৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ উদ্যোগত খেৰাজখাত খেলপথাৰত নামঘৰৰ আৰ্হিত নিৰ্মাণ কৰা মুকলি মঞ্চত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা বৰসবাহৰ পিছত ৰাতিলৈ অনুষ্ঠিত কৰা নৃসিংহ মুৰাৰী ভাওনাই মুহিলে সহস্ৰাধিক দৰ্শকৰ মন। আনহাতে সামাজিক-সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ মহানুভৱতাৰ সলাগ ললে অঞ্চলটোৰ ভকত-বৈষ্ণৱ সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াৰ সুৱচনী পথত ১৬.৩৪ গ্ৰাম ড্ৰাগছ সহ দুজনক আটক তিনিচুকীয়া আৰক্ষীৰ
তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত ।
তিনিচুকীয়াৰ সুৱচনী পথৰ প্ৰকাশ দাস নামৰ এটা...
Sushil Kedia’s Bold Stock Picks | भारतीय बाजारों में नज़र आ रहा है Correction | CNBC Awaaz
Sushil Kedia’s Bold Stock Picks | भारतीय बाजारों में नज़र आ रहा है Correction | CNBC Awaaz
राजस्थान के सबसे बड़े बांध के 4 गेट खोले, :माही बजाज सागर से 25 हजार क्यूसेक पानी छोड़ा
राजस्थान के सबसे बड़े (लंबाई में) बांध माही बजाज सागर के 4 गेट खोले गए। बांध से 25 हजार क्यूसेक...