চৰাইদেউ জিলাৰ মাহমৰা জজলি হাবি গাঁও নিৱাসী সমাজকৰ্মী, বিশ্ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পুতুল কুমাৰ ফুকন (৬৩)ৰ কালি ১o ছেপ্টেম্বৰৰ নিশা নিজা বাসগৃহত মৃত্যু হয়৷ দীৰ্ঘদিন ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা ফুকনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ আনহাতে আজি পুৱা তেখেতৰ নশ্বৰ দেহ আহোমসকলৰ পৰম্পৰা অনুসৰি মৈদাম দিয়া হয়৷ মৃত্যুৰ সময়ত ফুকনে পত্নীসহ দুজন পুত্ৰ, দুগৰাকী বিবাহিতা কন্যাকে ধৰি অসংখ্য আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷ পুতুল কুমাৰ ফুকনৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महादशमी:- चापरमुख मारवाड़ी पट्टी दुर्गोत्सव उद्जापन समिति
महादशमी:- चापरमुख मारवाड़ी पट्टी दुर्गोत्सव उद्जापन समिति।
I applied👆🏼this Face Cream Gel on Acne, Pimples, Pigmentation,Bumps-Got Clear Glowing Skin in 3 Days
I applied👆🏼this Face Cream Gel on Acne, Pimples, Pigmentation,Bumps-Got Clear Glowing Skin in 3 Days
जयपुर परकोटा में बम की धमकी से मचा हड़कंप, छोटी चौपड़ और बड़ी चौपड़ में पुलिस का सर्च ऑपरेशन
जयपुर में बम की धमकी से हड़कंप मच गया है. किसी अज्ञात व्यक्ति ने जयपुर में परकोटा में बम होने की...
ભારત દેશનું ગૌરવ વધારતા તળાજા તાલુકાના ટીમાણા ગામની ગણેશ શાળાના વિદ્યાર્થીઓ જૂઓ
ભારત દેશનું ગૌરવ વધારતા તળાજા તાલુકાના ટીમાણા ગામની ગણેશ શાળાના વિદ્યાર્થીઓ જૂઓ