লাহৰীঘাট সমষ্টিৰ নগাবন্ধা নতুন প্ৰাথমিক চিকিৎসালয় পৰিচালনা সমিতিৰ সাধাৰণ সভা খন বিধায়ক তথা পৰিচালনা সমিতিৰ সভাপতি ডা: আছিফ মহম্মদ নাজাৰৰ সভাপতিত্বত দেওবাৰে অনুষ্ঠিত হয়।সভাখনত চিকিৎসালয়খনৰ বিভিন্ন সমস্যাৰ লগতে টেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं