মাৰ্ঘেৰিটাৰ লাজুম অঞ্চলৰ নিবাসী বিশিষ্ট সমাজকৰ্মী ,নাথ যোগী সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি বুলু দেৱনাথ বিগত কেইবাদিনৰ পৰা অসুস্থ হৈ আছে।ভাস্কৰ শৰ্মা ফেনচ ক্লাৱৰ সভাপতিৰ নেতৃত্বত আজি এটি সঁজাতি দলে গৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়।ভাস্কৰ শৰ্মা ফেনচ ক্লাৱৰ তৰফৰ পৰা তেওঁৰ আশু আৰোগ্য কামনা কৰা হয়।।
বিধায়ক ভাস্কৰ শৰ্মাৰ ফেনচ ক্লাৱে দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা সমাজকৰ্মী বুলু দেৱনাথৰ স্বাস্থ্যৰ বুজ লয়
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/09/nerity_6069fb40d20f9f656a50f412fccce1b2.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)