মৰিগাঁও আৰক্ষী বিশেষ গোট আৰু মিকিৰভেটা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ৮ তা চাবোনৰ বাকচৰ পৰা ৩৩৫ গ্ৰাম ড্ৰাগছ। ধৃত ধিং মৈৰাধ্বজৰ তফজুল ইছলাম আৰু মইনুল হক নামৰ দুজন ড্ৰাগছ সৰ্বৰাহকাৰী। ধৃত ড্ৰাগছখিনি হেৰইন বুলি জানিবলৈ দিছে। বৰ্তমান দুয়োকে মিকিৰভেটা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नगर परिषद देवेंद्र नगर के वार्ड 13 व 14 मैं भरवाए गए 250 महिलाओं को नारी सम्मान योजना के आवेदन
नगर परिषद देवेंद्रनगर के वार्ड 13 व 14 में भरवाए गए 250 महिलाओं को नारी सम्मान योजना के फार्म
आज...
'আজাদী কা অমৃত মহোৎসৱ'ৰ উপলক্ষে এক ৰেলি
'আজাদী কা অমৃত মহোৎসৱ'ৰ সৈতে সংগতি ৰাখি আজি ৰাতিপুৱা হোজাইৰ ঠেপলাগুৰি জনজাতি প্ৰাথমিক বিদ্যালয়ৰ...