নলবাৰী জিলাৰ বৰভাগ প্ৰেছক্লাৱৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহ সভা আজি পূৱা ১১ বজাত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়৷প্ৰেছক্লাৱৰ সভাপতি ৰমেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে সম্পাদক হিমজ্যোতি ভূঞাই৷সভাত উপদেষ্টা ৰমেন কলিতা,কাৰ্য্যকৰি সভাপতি কিশোৰ কলিতা,পত্ৰিকা সম্পাদক দণ্ডীৰাম দাস,সহকাৰী সম্পাদক পংকজ কলিতা,সদস্য অৰবিন্দ চক্ৰবৰ্ত্তী,উপসভাপতি নৰেন শৰ্মাই প্ৰেছক্লাৱৰ কাৰ্য্যপন্থা আৰু ভবিষ্যতে লৱ লগা পদক্ষেপৰ বিষয়ে আলোকপাত কৰে৷উক্ত সভাতে আগন্তুক জানুৱাৰী মাহত ক্লাৱৰ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷উক্ত অধিবেশনত বৰভাগৰ সমাজজীৱনৰ লগত জৰিত থকা এজন জ্যেষ্ঠ লোকক বটাঁ প্ৰদান কৰাৰ লগতে এখন পত্ৰিকা প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়৷সভাত উপসভাপতি আব্দুল কাদেৰ আহমেদ,সদস্য কৃষ্ণ কলিতা,কৰেন কলিতা গনেশ নমঃশূদ্ৰ,ৰাজু কলিতাও উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગારીયાધાર થી નવાગામ જતા રોડ વચ્ચે અકસ્માત ની ઘટના સામે આવી
ગારીયાધાર થી નવાગામ જતા રોડ વચ્ચે અકસ્માત ની ઘટના સામે આવી
Nitish के करीबी Sushil Modi का अब क्या होगा? Rajya Sabha Election, Netanagri
Nitish के करीबी Sushil Modi का अब क्या होगा? Rajya Sabha Election, Netanagri
মন্ত্ৰী বিমল বৰাৰ মহানুভৱতা। গান গায় ভালপোৱা পিতৃহাৰা ভাস্কৰ ফুকনক প্ৰদান কৰিলে এখন গীটাৰ।
মন্ত্ৰী বিমল বৰাৰ মহানুভৱতা। গান গায় ভালপোৱা পিতৃহাৰা ভাস্কৰ ফুকনক প্ৰদান কৰিলে এখন গীটাৰ।