শিৱসাগৰ নগৰৰ উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা কয়দীৰ পলায়ন।উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা মহকুমা ন্যায়ালয়িক দণ্ডাধীশৰ আদালতৰ পৰা ৰাজু দুৱৰা ওৰফে ভলুকা নামৰ এটা গভাইত চোৰৰ পলায়ন। বহু কেইটা চুৰি কাণ্ডত জড়িত ভলুকাক কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।গোচৰ সন্দৰ্ভত আজি আদালতত হাজিৰ কৰোৱাৰ সময়ত আদালতৰ লকাপৰ পৰা কৌশলেৰে পলায়ন কৰে দুধৰ্ষ চোৰ ৰাজু দুৱৰা ওৰফে ভলুকাই।আৰক্ষীৰ সন্ধান অব্যাহত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अयोध्या के लोगों को गाली देने वालों को लेकर बागेश्वर धाम धीरेन्द्र शास्त्री ने कही बड़ी बात
भाजपा की हार के बाद अयोध्या वालों को सोशल मीडिया पर जमकर ट्रोल किया जा रहा है। अयोध्या के लोगों...
Bitcoin Fraud Case: बिटकॉइन घोटाला मामले में Gaurav Mehta के घर से ED को मिले अहम सबूत | Raipur
Bitcoin Fraud Case: बिटकॉइन घोटाला मामले में Gaurav Mehta के घर से ED को मिले अहम सबूत | Raipur
દામનગરના મોબાઇલ ચોરીના ગુનામાં એક ઇસમને ચોરીના મોબાઇલ ફોન સાથે પકડી પાડી, અનડીટેકટ ગુનો ડીટેકટ કરતી અમરેલી એલ.સી.બી. ટીમ
ગુજરાત સરકાર દ્વારા ગુજરાતના નાગરીકોને આપવામાં આવતી ઓનલાઇન સેવાઓમાં વધારો કરી, વાહન ચોરી કે...
સિહોર ના કનીવાવના જાંબાઝ સિપાહી નું સ્વાગત
ભારતીય લશ્કરની શાન, સિહોરના જાંબાઝ સિપાહીનું તેમના માદરે વતનમાં ભવ્ય સ્વાગત
*ભારતીય હવાઇ...