৮ লাখ পৰীক্ষাৰ্থীৰ মূৰ গৰম নকৰিব’। কোনোবা এজনে টুইট কৰিলে বুলিয়ে তাত ফলাফল নোলায়। ’মুকেশ আম্বানীৰ পুতেকে চাকৰি পাইছে নে গাঁৱৰ পকৰী দোকানীৰ পুতেকে চাকৰি পাইছে মন কৰিবঃ হিমন্ত বিশ্ব শৰ্মা