গোলাঘাট ৩ নং ৰেল গেটৰ সমিপত এক সভাত অংশগ্ৰহণ কৰি বি জে পি চৰকাৰক তীব্ৰ সমালোচনা তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ । গোলাঘাটত উপস্থিত হৈয়েই বি জে পি চৰকাৰক তীব্ৰ সমালোচনা তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ l লগতে চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ তোলা ভিক্টৰ দাসৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে,বি জে পি চৰকাৰৰ মুখ্যমন্ত্ৰী জনেই দুৰ্নীগ্ৰস্ত এজন লোক l আৰু ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি চেচ্চাছাৰী শাসন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोकाट कुत्र्यांच्या मुळे गेला पाच बकऱ्यांचा लचके तोडून जीव
( शिरपूर ) मालेगाव जिल्हा वाशिम .
मोकाट कुत्र्यांचा सुळसुळात बकऱ्यांच्या रात्रीच्या वेळेस लचके...
તલોદ નગરપાલિકા વિસ્તારના ફાટક નં.૫૩(ટી)ની જગ્યાએ વૈકલ્પિક રસ્તાનો ઉપયોગ કરવા બાબત
તલોદ નગરપાલિકા વિસ્તાર ખાતે આવેલ ફાટક નંબર.૫૩ (ટી) રસ્તા ઉપર સ્થાનિક, રાહદારીઓ...
Mumbai Murder: मनोज साने ने सरस्वती की हत्या करने के बाद ली थी तस्वीरें, बदबू छुपाने को अपनाया था ये हथकंडा
Mumbai Live in Partner Murder Case मुंबई के 'लिव-इन पार्टनर' मर्डर केस में कई नए खुलासे हुए...
ডুগডুগী স্বতাধিকাৰী লেখক উৎপল বনিয়ালৈ Best Entrepreneur of the year 2024বঁটা
সমগ্ৰ অসমৰ গন্যমান্য মহিলা সকলৰ উপস্থিত Arohan Excellence award অনুষ্ঠানত ১৫টাকৈ ৰাষ্ট্ৰীয়...