সোণাৰি মহাবিদ্যালয়ত উপস্থিত হৈ কি ক'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত সোণাৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।ভিক্টৰ দাসে কোনোধৰণৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই । এয়া জেমছ বন্দৰ চিনেমা নেকি বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।কেইটামান সংবাদ মাধ্যম আৰু হীনমান্যতাত ভুগা ৰাজনৈতিক দলে নিযুক্তি প্ৰক্ৰিয়াত অপপ্ৰচাৰ চলায় থকা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।