*মৰিগাঁৱত দিনযোৰা কাৰ্যসূচীৰে সদৌ অসম সূত সন্মিলনৰ শ্ৰী শ্ৰীৰোম হৰ্ষণ সূত্ৰৰ আবিৰ্ভাৱ উৎসৱ উদযাপন*।

*আলোচনা চক্ৰত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনীয়ে CAA সন্দৰ্ভতো কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য*।

 *"মোৰ ঘোড়াৰ দূৰন্ত গতি" নামৰ চুটি ছবি খন অস্কাৰ বঁটাৰ দৌৰত থকাৰ সন্দৰ্ভত অভিনেতা অতুল পাচনীয়ে কৰিলে বিশেষ মন্তব্য*।