জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অশ্বিনী বৰুৱাক চাকৰিৰ পৰা নিলম্বন। দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা বিষয়াৰ স্বাক্ষৰ জাল কৰি প্ৰমোচনৰ বাবে দাখিল কৰিছিল পত্ৰ। স্বাক্ষৰ জাল কৰা বিষয়টো গম পোৱাৰ লগে লগে তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বন কৰে বৰুৱাক। জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালৰ ফালৰ পৰা স্বাক্ষৰ জাল কৰাৰ অপৰাধত বৰুৱাৰ বিৰুদ্ধে মঙ্গলদৈ থানাত এজাহাৰ দাখিল । অশ্বিনী বৰুৱা নামৰ কৰ্মচাৰী জনে ইয়াৰ পূৰ্বেও চাকৰি দিয়াৰ নামত বহুতৰ পৰা ধন সংগ্ৰহ কৰি 2016 চনত চাকৰিৰ পৰা নিলম্বিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સામજિક ન્યાય અધિકારીતા રાજ્યમંત્રીશ્રી અને જિલ્લા પ્રભારી મંત્રીશ્રી આર.સી. મકવાણાના અધ્યક્ષ સ્થાને જિલ્લા તથા તાલુકા કક્ષાના શ્રેષ્ઠ શિક્ષક સન્માન સમારોહ સંપન્ન
શ્રેષ્ઠ સમાજના ઘડતરમાં શિક્ષકોનું યોગદાન મહત્ત્વપૂર્ણ : જિલ્લા પ્રભારી મંત્રીશ્રી આર.સી....
विधानसभा स्पीकर वासुदेव देवनानी का कोटा उत्तर नेता प्रतिपक्ष लव शर्मा के नेतृत्व में किया भव्य स्वागत
विधानसभा स्पीकर वासुदेव देवनानी ट्रेन नंबर 12432 राजधानी एक्सप्रेस से कोटा पहुंचे।
कोटा पहुंचने...
টিংখাঙৰ ৰাজগড়ত একে স্থানত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। কেইবাজনো আহত। এগৰাকী মহিলাৰ অৱস্থা সংকটজনক।
টিংখাঙৰ ৰাজগড়ত আজি একে স্থানতে পৃথকে পৃথকে সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা।উক্ত ঘটনাত কেইবাজনো...
AAJTAK 2 | Women's Reservation Bill | TMC MP Mahua Moitra | Modi Hai To Mumkin Hai | AT 2 VIDEO
AAJTAK 2 | Women's Reservation Bill | TMC MP Mahua Moitra | Modi Hai To Mumkin Hai | AT 2 VIDEO
Qualcomm के लेटेस्ट फ्लैगशिप चिपसेट Snapdragon 7s Gen 3 के साथ धमाकेदार एंट्री करेगा शाओमी फोन
क्वालकम ने बीते दिन ही अपने लेटेस्ट फ्लैगशिप चिपसेट Qualcomm Snapdragon 7s Gen 3 को पेश किया है।...