পুনৰ ইতিহাস ৰচিলে উত্তৰ-পূবৰ গৌৰৱ মীৰাবাঈ চানুৱে।দেশবাসীক গৌৰৱান্বিত কৰি মীৰাবাই চানুৱে এইবাৰ ব্ৰিটিছ ভূমিত উৰুৱালে ত্ৰিৰংগা। মীৰাবাই চানুৱে কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ হৈ জয় কৰিলে প্ৰথমটো স্বৰ্ণ পদক। ৪৯ কেজি শাখাত মীৰাবাঈয়ে লাভ কৰিলে এই পদক। মীৰাবাইয়ে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক জিকিছে।বাৰ্মিংহামত, চানুৱে তেওঁৰ অলিম্পিক অভিলেখ উন্নত কৰে। তেওঁ স্নেচত ৮৮ কিলোগ্ৰাম তুলিছিল। খেলুৱৈজনে টকিঅ’ অলিম্পিকত ৮৪ কিলোগ্ৰাম স্নেচত তুলিছিল। ইয়াৰ পিছত, ক্লীন এণ্ড জৰ্কত তেওঁ প্ৰথম প্ৰচেষ্টাত ১০৯ কিলোগ্ৰাম ওজন তুলিছিল। ভাৰতে এতিয়ালৈকে বাৰ্মিংহাম গেমছত তিনিটা পদক জিকিছে আৰু তিনিওটা পদক ভাৰোত্তোলনত আহিছে। দ্বিতীয় দিনা ভাৰোত্তোলন সাংকেত সাৰ্গৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ভাৰতৰ হৈ ৰূপৰ পদক আৰু গুৰুৰাজা পূজাৰীয়ে ৬১ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। কমনৱেলথ গেমছৰ ইতিহাসত ভাৰোত্তোলনত এইটো ভাৰতৰ ১২৮ তম পদক। টকিঅ’ অলিম্পিকত পদকৰ পিছত কমনৱেলথ গেমছত স্বৰ্ণজয় কৰি মীৰাবাইয়ে পুনৰবাৰ গৌৰৱান্বিত কৰিলে দেশবাসীক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उपजिल्हा रुग्णालय व खाजगी डॉक्टरांच्या प्रयत्नांनी भगरीमुळे झालेल्या विष
बाधितांवर तातडीचे उपचार, रुग्णसंख्या आटोक्यात
वैजापूरः विष बाधित भगर खाल्ल्याने शहंर व तालुक्यातील विष बाधित रुग्णांवर वैजापूरातील...
Airtel का ग्राहकों को तोहफा, पेश किया पहला AI आधारित स्पैम कॉल-मैसेज डिटेक्शन टूल
स्पैम काल की समस्या पर अंकुश लगाने के लिए भारती एयरटेल ने बुधवार को आर्टिफिशियल इंटेलिजेंस (एआई)...
Election 2024 Phase 3 Voting: भीड़ में दिखी एक छोटी बच्ची, फिर PM ने जो किया दिल जीत लेगा
Election 2024 Phase 3 Voting: भीड़ में दिखी एक छोटी बच्ची, फिर PM ने जो किया दिल जीत लेगा
17 साल बाद जीता इंडिया टी-20 वर्ल्ड कप
भारत ने 2007 में पहला ही टी-20 वर्ल्ड कप अपने नाम किया, टीम ने फाइनल में पाकिस्तान को 5 रन से...
Why did gunner Desai Mohan kill 4 colleagues at Bathinda army base
An Indian Army jawan, who was the only eyewitness in the Bathinda Military Station firing case,...