মাজুলীৰ পুৰনি চামগুৰিৰ খাত পথাৰত ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ ৬,৭ আৰু ৮ জানুৱাৰীত অসম ভিত্তিত গুৰুজনাৰ অমৃতসৃষ্টি অংকীয়া ভাঁওনা সমাৰোহৰ আয়োজন কৰিছে ৷ উদযাপন সমিতিৰ সভাপতি তাৰানাথ মহন্তই ৰাজ্যবাসীৰ সহায় সহযোগিতাৰ কামনা কৰিছে।
মাজুলীত অংকীয়া ভাঁওনা সমাৰোহৰ এই মহান ক্ষণত সকলো মাজুলী বাসীৰ সহায়ে এই কাৰ্য সুন্দৰ ভাৱে আগবঢ়াই নিব ৷