উত্তৰাখণ্ডত প্ৰাকৃতিৰ তাণ্ডৱ।উত্তৰাখণ্ডত বানে লৈছে ভয়ংকৰ ৰূপ।উত্তৰাখণ্ডত পুনৰ ভয়াৱহ ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণত তচনচ ৩০টাতকৈ অধিক গৃহ। ওফন্দি উঠিছে ৰাজ্যখনৰ লাস্কো আৰু কালী নৈ।ডাৱৰ বিস্ফোৰণৰ ফলত নিহত হৈছে এগৰাকী মহিলা। উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ ধাৰচুলাত সংঘটিত হৈছে এই ঘটনা। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানে বিধ্বস্ত কৰিলে উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চল।আইএমডি য়ে আগন্তুক দুদিনৰ বাবে অৰেঞ্জ সতৰ্কবাণী জাৰী কৰিছে। দেওবাৰে আৰু সোমবাৰে ধাৰাষাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।ঘটনাস্হলীত আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে। আৰু লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सेंसेक्स ने 85,112 और निफ्टी ने 25,993 का हाई बनाया:14 अंक गिरकर 84,914 पर बंद हुआ बाजार,
शेयर बाजार ने आज यानी 24 सितंबर को लगातार चौथे कारोबारी दिन ऑल टाइम हाई बनाया। कारोबार के दौरान...
MEGHALAYA CHIEF MINISTER CONRAD K SANGMA DISTRIBUTES FOCUS+ FAMILY BENEFITS TO 1200+ BENEFICIARY HOUSEHOLDS
Williamnagar: Commemorating the 75th birth anniversary of Late Speaker of Loksabha P.A. Sangma,...
ધોરાજી મા લમ્પી વાયરસ ને સમગ્ર ગુજરાત રાજ્ય મા હાહાકાર મચાવ્યો છે
ધોરાજી મા લમ્પી વાયરસ ને સમગ્ર ગુજરાત રાજ્ય મા હાહાકાર મચાવ્યો છે
ৰহা গোসাঁইবৰিত লহৰ চিত্ৰকলা সাংস্কৃতিক গোষ্ঠী ৰ বাৰ্ষিক পুৰস্কাৰ প্ৰদান।
ৰহাৰ সমীপবৰ্তী গোসাঁইবৰিত লহৰ চিত্ৰকলা সাংস্কৃতিক গোষ্ঠী ৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা...
કાગદડી થી ભાયાવદર-સમઢીયાળા નો ખખડધજ રોડ સત્તાધીશો ને ચુંટણીમાં કરાવશે નુકસાન
કાગદડી થી ભાયાવદર-સમઢીયાળા નો ખખડધજ રોડ સત્તાધીશો ને ચુંટણીમાં કરાવશે નુકસાન