Slug-Dergaon Bjp Sc Marcha
date-09/9/2022
story-দেৰগাঁৱৰ নেঘেৰিটিংত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক।
আজি দেৰগাঁৱৰ নেঘেৰিটিংত অনুষ্ঠিত হয় বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।এই সভাত বিশেষভাৱে অংশগ্ৰহণ কৰে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি লাল সিং আৰ্য, ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্নকাৰ,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। ৰাজ্যৰ ভিন্ন জিলাৰ পৰা মুঠ ২৫০ গৰাকী প্ৰতিনিধিয়ে এই কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰে। সাংবাদিকেৰে হোৱা এক আচুতীয়া