*গোলাঘাট চক্ৰ বিষয়া কাৰ্যালয়ত গান্ধাৰীৰ অভিশাপ ভাওনা প্ৰদৰ্শন*

১০ চেপ্তেম্বৰ তাৰিখে গোলাঘাট চক্ৰবিষয়া কাৰ্যালয়ত বাৰ্ষিক নাম উপলক্ষে এখনি মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন কৰা হয়।