লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।শনিবাৰে আবেলি মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে লাহৰীঘাট থানাৰ অন্তৰ্গত বৰবৰিৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰী।ধৃত সৰবৰাহকাৰীটোৰ নাম জিয়াবুৰ ৰহমান।সৰবৰাহকাৰীটোৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোয়ে ড্ৰাগছ ভৰ্তি ৬ টা আৰু ২ টা খালী কণ্টেইনাৰ জব্দ কৰে।লাহৰীঘাট থানাত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক সোধপোছ অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US on the brink of financial crisis? Treasury warns of total cash crunch as early as June 1
The United States is facing a financial crisis, as Treasury Secretary Janet Yellen has warned...
মৰাণৰ টিং খং তিনি আলি চাহ বাগিচাত উদ্ধাৰ হোৱা মৃত নাহৰ ফুটুকীবাঘৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্য্যালয় প্ৰাঙ্গণত সৎকাৰ সম্পন্ন।
টিংখাং তিনি আলি বাগানৰ পৰা বুধবাৰে উদ্ধাৰ হোৱা মৃত বাঘটোৰ আজি পুৱা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয়...
સાવરકુંડલા રૂરલ પોલીસ દ્વારા આઝાદીકા અમૃતમહોત્સવ અંતર્ગત તિરંગા રેલી યોજવામાં આવી
સાવરકુંડલા રૂરલ પોલીસ દ્વારા આઝાદીકા અમૃતમહોત્સવ અંતર્ગત તિરંગા રેલી યોજવામાં આવી