নলবাৰী চহৰত অসম তৃণমূল কংগ্ৰেছৰ নলবাৰী জিলা কাৰ্যালয় উদ্ধোধন,ৰঙা ফিটা কাটি উদ্ধোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।