সোণাৰিত প্ৰৱঞ্চনাৰ অভিযোগত আটক এজন।প্ৰায় ৭০ লাখ টকা আত্মহাতৰ অভিযোগ প্ৰৱঞ্চক বিৰাজ কলিতাৰ বিৰুদ্ধে।আটকাধীন বিৰাজ কলিতাৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত।