মাজুলীৰ এজন সৃষ্টিশীল মনৰ কলাত্মক প্ৰতিভাধাৰী যুৱক। মুখা শিল্পৰ দ্বাৰা দাঙি ধৰিছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন।