তিনিচুকীয়াৰ মাকুম প্ৰাথমিক বিদ্যালয়ৰ  কাষতে থকা এটা ট্ৰেন্সফৰ্মাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ কঢ়িয়াই আনিছে বিপদ সংকেত ।

অতিশীঘ্ৰে ট্ৰেন্সফৰ্মাৰটোত বেৰিকেডৰ ব্যৱস্থা  নকৰিলে ASEB ৰ বিৰুদ্ধে তীব্র আন্দোলনৰ হুংকাৰ বিদ্যালয় পৰিচালনা সমিতিৰ ।