ছিপাঝাৰৰ ভূক্তাবাৰী- লেখাৰুপাৰা মন্দিৰৰ মণিকূট নিৰ্মাণৰ শুভাৰম্ভণি।
শুভাৰম্ভণি কৰে বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে।
ৰাইজে নিজা প্ৰচেষ্টাত প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা নিৰ্মাণ কাৰ্যলৈ বিধায়কগৰাকীয়ে ব্যক্তিগত ভাৱে আগবঢ়ায় ২লাখ টকা।
উক্ত মন্দিৰটোৰ বাবে বিধায়কগৰাকীয়ে অনাগত দিনত চৰকাৰী সাহায্যৰ বাবে প্ৰচেষ্টা আগবঢ়াব বুলি মত ব্যক্ত কৰে।