নলবাৰীৰ এজন চিকিৎসকে নিজে পঢ়া বিদ্যালয়ত এটি তিনি মহলীয়া অট্টালিকা সাজি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে৷যিটো সময়ত বিদ্যালয় একত্ৰিকৰণ চলি আছে সেই সময়তে নলবাৰীৰ এজন চিকিৎসক ডা° মনোজ চৌধুৰীৰ পৰিয়ালে তেওঁৰ পিতৃৰ স্মৃতিত সাজি দিলে পকোৱা হাইস্কুলত এটি তিনি মহলীয়া অট্টালিকা৷শুক্ৰবাৰে উক্ত অট্টালিকাটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে৷প্ৰয়াত লক্ষ্মীকান্ত চৌধুৰী স্মৃতি ভৱনটোৰ নিৰ্মানত প্ৰায় চল্লিশ লক্ষ্য টকা ব্যয় হয় বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कश्मीर के बांदीपोरा में एनकाउंटर, एक आतंकी ढेर:केटसुन के जंगलों में एक और आतंकी के छिपे होने की खबर
कश्मीर के बांदीपोरा के केटसुन फॉरेस्ट एरिया में मंगलवार को सुरक्षाबलों और आतंकवादियों के बीच...
তিনিচুকীয়াত কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু নিৰীক্ষণ প্ৰণালী (CPGRAMS) সন্দৰ্ভত প্ৰশিক্ষণ
সোমবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্য্যালয় সভাকক্ষত বিভিন্ন বিভাগৰ নডেল বিষয়া সকলৰ উপস্থিতিত...
लगातार बारिश के चलते कई बस्तियां जलमग्न,सभी स्कूलों में छूट्टी, प्रशासन अलर्ट
बूंदी। जिले में लगातार हो रही बारिश के चलते कई बस्तियां जलमग्न हो गई, सड़के दरिया बन गई। वहीं,...
ધાનેરા તાલુકાના જાડી થી શેરા ગામ વચ્ચે થયો અકસ્માત
https://youtu.be/qPLS-tp1AV0*
બ્રેકિંગ
ધાનેરા તાલુકાના જાડી થી શેરા ગામ વચ્ચે...