লাহৰীঘাটত নিশা হোটেলৰ মহিলা কৰ্মচাৰীক ধৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী হল হোটেলৰ স্বৰ্তাধিকাৰীৰ পুত্ৰ।লাহৰীঘাট বজাৰত থকা গ্ৰীণলেণ্ড হোটেলৰ স্বৰ্তাধিকাৰীৰ পুত্ৰ ছলমান আলীয়ে কালি নিশা হোটেল খনৰ এগৰাকী মহিলা কৰ্মচাৰীক ভাড়াঘৰত ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ ভুক্ত ভুগি মহিলা কৰ্মচাৰী গৰাকীৰ।এই সন্দৰ্ভত ভুক্ত ভুগিয়ে লাহৰীঘাট থানাত দাখিল কৰা অভিযোগৰ ভিত্তিক আৰক্ষীয়ে কালি নিশা লম্পট ছলমান আলীক গ্ৰেপ্তাৰ কৰে।পিছত লাহৰীঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি ৩৭৬/৫০৬ ধাৰাৰ অধীনত ৩৩৯/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি অভিযুক্ত যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शहर में मिठाई नमकीन की दुकानों का निरीक्षण किया
जिला रसद अधिकारी ने बताया कि बून्दी में जोधपुर मिष्ठान भण्डार, बीकानेर मिष्ठान भण्डार,...
યુવિતીને પજવણી કરતા યુવકને બોટાદ ૧૮૧ અભયમ મહિલા હેલ્પલાઇન ટીમ દ્વારા પાઠ ભણાવવામાં આવ્યો
181 અભયમ મહિલા હેલ્પલાઇન દ્વારા મહિલાઓ ઉપર થતા અત્યાચારોને નાબૂત કરવા આપેલ સૂચનને આધારે 181 અભયમ...
व्यापाऱ्याच्या खून प्रकरणात दोन आरोपींना जन्मठेपेची शिक्षा
व्यापाऱ्याच्या खून प्रकरणात दोन आरोपींना जन्मठेपेची शिक्षा