*মাজুলীৰ এজন বিশেষ সক্ষম যুৱকৰ মূখ্যমন্ত্ৰীলৈ মুকলি চিঠি*

মাজুলীৰ শ্ৰীৰাম দেৱত্তৰ গাঁৱৰ এজন বিশেষভাৱে সক্ষম শিশু, নাম তাৰ ভাস্কৰজ্যোতি পেগু! সৰুৰপৰা বিশেষভাৱে সক্ষম হোৱা ভাস্কৰক এতিয়া প্ৰয়োজন আপোনাৰ সহায়ৰ !

 সক্ষমতা দূৰ কৰিবলৈ কৰিবলগীয়া অস্তোপ্ৰচাৰৰ বাবে প্ৰয়োজন লক্ষাধিক টকাৰ ! ঘৰৰ সকলো সা-সম্পতি, মাটি বাৰী বিক্ৰীকৰি ভাস্কৰৰ চিকিৎসা কৰিছে যদিও এতিয়ালৈকে সম্পূৰ্ণ সূস্থ হোৱা নাই ভাস্কৰ ! ভাস্কৰ সূস্থ হ'বলৈ এতিয়া প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ ! মূখ্যমন্ত্ৰীলৈ পিতৃ-মাতৃয়ে মুকলি চিঠি প্ৰেৰণ কৰিছে যদিও সেইয়াই যথেষ্ট নহ'য় ভাস্কৰৰ সূস্থতাৰ বাবে ! যদি কোনো হৃদয়বান লোকে ভাস্কৰক সহায় কৰিব বিছাৰে তেন্তে তলত দিয়া মাধ্যমেৰে সহায় কৰিব পাৰিব !

*AC NO:-- 7209026023184*

*IFSC: PUNB0RRBAGB*

Ph:--9954517924/9395671530