অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু  সাপেখাতী আঞ্চলিক সমিতি আৰু সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম  জয়ন্তী অনুষ্ঠান টি সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰে