কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন আঁচনি এমজিএনৰেগা-পিএম আবাস যোজনাৰ গৃহ নিৰ্মাণৰ ধেমাজি জিলাত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি-অনিয়ম ৷ ধেমাজি জিলাখনৰ পাঁচটা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ জৰু এমজিএনৰেগাৰ আঁচনিত বিষয়া-কৰ্মচাৰীৰ লগতে পঞ্চায়তৰ সভাপতি-সচিবে মিলি দুৰ্নীতি-অনিয়ম কৰি অহা বুলি সদৌ তাই আহোম ছাত্ৰ সন্হাই গুৰুতৰ অভিযোগ উল্থাপন কৰিছে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মানচাও মনোজ গগৈয়ে ধেমাজি উন্নয়ন খণ্ডৰ বিষ্ণুপুৰ পঞ্চায়তত দুখীয়া দৰিদ্ৰ ৰাইজৰ পৰিবত্তে আৰচিচি গৃহ তথা দুইমহলীয়া ঘৰ থকা লোকে পিএম আবাস গৃহৰ লাভ কৰাৰ সমান্তৰালভাৱে চৰকাৰী চাকৰি থকা পৰিয়ালৰ লোকেও পিএম আবাস গৃহ লাভ কৰা বুলি অভিযোগ কৰি চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ ৬০ টা পিএম আবাস গৃহ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰা বুলি কয় ৷ আনহাতে এমজিএনৰেগাৰ অস্তিত্বহীন আঁচনিৰ নামত ভেন্ডৰ জৰিয়তে ভূৱা বিল দাখিল কৰি চিচিবৰগাওঁ উন্নয়ন খণ্ডত ৭ কোটি টকা আৰু জোনাই মুকংচেলেক ব্লকত ১১ কোটি টকা টকা আত্মসাৎ কৰা বুলি আটাছুৱে অভিযোগ কৰি ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদড°ৰ দাবী কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पशुपालकों ने कार्यवाहि की मांग को लेकर सोपा ज्ञापन
बूंदी के गेंडोली थाना इलाके में गुथा गांव से आधा दर्जन घरों से पशुपालकों की भैंस चोरी करने के...
કૃષિ ખેડૂત કલ્યાણ અને સહકાર વિભાગ આયોજત રવિ રવિ કૃષિ મહોત્સવ થરા વિનય વિદ્યામંદિર માં યોજાયો
રવિ કૃષિ ખેડૂત કલ્યાણ અને સહકાર વિભાગ આયોજત રવિ કૃષિ મહોત્સવ થરા વિનય વિદ્યામંદિર હાઈસ્કૂલ માં...
নলবাৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত স্বেচ্ছাসেৱী সংগঠন এইট এট এক্সনৰ গণিত মেলা।
সমগ্ৰ অসমৰ ৭ খন জিলাত এইট এট এক্সনে অজি ২২ ডিচেম্বৰ ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষ্যউপলক্ষে ভাৰতীয়...
गुढ़ा बांध के गेट खोले मेज नदी के डूब क्षेत्र से उचित दूरी बना के रखे
मेज नदी पर बने गुढ़ा बांध का भराव दिनांक 25 अगस्त 2024 34. फीट हो गया है। बांध की कुल भराव क्षमता...
সীমা সমস্যাৰ বিষয়ে গুৰুত্ব পূৰ্ণ মন্তব্য অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ
সীমা সমস্যাৰ বিষয়ে গুৰুত্ব পূৰ্ণ মন্তব্য অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ