মাজুলীত ভুৱা চৰকাৰী বিষয়া ৰূপী দালাল আটক

▪️মাজুলীত আটক ভুৱা চৰকাৰী বিষয়া ৰূপী দালাল!

▪️নিজকে খণ্ড উন্নয়ন বিভাগত কৰ্মৰত বুলি পৰিচয় দি টকা দাবী কৰিছিল এই জন দালালে ! 

▪️গ্ৰেপ্তাৰ হোৱা ভুৱা বিষয়া জনৰ নাম দেবজিৎ ৰাজখোৱা বুলি জানিব পৰা গৈছে ! 

▪️পত্নী পঞ্চায়ত কৰ্মী হোৱাৰ পৰিপ্ৰেক্ষিতত পত্নীৰ নামতো দাবী কৰিছিল টকা ! 

▪️PMAY ঘৰ নোপোৱা হিতাধিকাৰীক টকাৰ বিনিময়ত ঘৰ প্ৰদান কৰিম বুলি ধন দাবী কৰিছিল এইজন ভুৱা বিষয়াই ! 

▪️মাজুলীৰ দেৱত্তৰ নেপালী বাৰী গাঁৱত ২৬১৮ টকা দাবী কৰিছিল এইজন ভুৱা বিষয়াই ! 

▪️আগতেও ব্যক্তিজনক ধন দাবী কৰিছিল ! 

▪️ আজি পুনৰ ধন বিছাৰি আহোতে ৰাইজে হাতে -লোটে ধৰি আৰক্ষী গতাই দিয়ে ধৃত দেবজিৎ ৰাজখোৱাক