সোণাৰিৰ পি বি চিকিৎসালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি চিকিৎসালয়টিত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰটোত অংশগ্ৰহণ কৰা প্ৰায় দহ গৰাকী চিকিৎসকে প্ৰায় ৫০০ দৰিদ্ৰ ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাৰ উপৰিও বিনামূলীয়া কৈ দৰৱ প্ৰদান কৰে আৰু ৰেহাই মূল্যত পৰীক্ষাৰ ব্যৱস্থা প্ৰদান কৰা হয়। চিকিৎসা শিবিৰটোত স্বাস্থ্য পৰীক্ষাৰ বাবে অহা একাংশ দৰিদ্ৰ ৰোগীক চিকিত্সালটোৰ তৰফৰ পৰা বিনামূলীয়া ঔষধৰ যোগান ধৰে আৰু ৰোগী সকলক উপযুক্ত হোৱাকৈ খাদ্যৰো যোগান ধৰে পি বি চিকিৎসালয়ৰ তৰফৰপৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kolkata Rape-Murder Case: कोलकाता कांड के कितने किरदार, कहां तक पहुंची जांच? | Supreme Court
Kolkata Rape-Murder Case: कोलकाता कांड के कितने किरदार, कहां तक पहुंची जांच? | Supreme Court
ગુજરાત સાયન્સ સિટી દ્વારા ડ્રોન-શો યોજાયો
#buletinindia #gujarat #ahmedabad
বাঁহৰ চুঙাত পানী যোগান ধৰি সমাদৃত হোৱা কাজিৰঙাৰ চন্দন নাথলৈ ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ আমন্ত্ৰণ।
বাঁহৰ চুঙাত পানী যোগান ধৰি সমাদৃত হোৱা কাজিৰঙাৰ চন্দন নাথলৈ ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ আমন্ত্ৰণ।সুখৰ...
#dahod l સ્પોર્ટ કોમ્પ્લેક્સ ખાતે ગ્રામીણ ઓલમ્પિક ખુલ્લો મુકાયો l Divyang News
#dahod l સ્પોર્ટ કોમ્પ્લેક્સ ખાતે ગ્રામીણ ઓલમ્પિક ખુલ્લો મુકાયો l Divyang News